বিষ্ণুপ্ৰসাদবিষ্ণুবাহন

বিষ্ণুপ্ৰসাদ ৰাভা (Assamese) [ Roman: bis.nu.pro.xad ra.bha]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-04-17
1. PersonalitiesMusic(Proper Noun) Bishnu Prasad Rabha was a famous poet, littérateur, dramatist, musician, dancer and an actor, all rolled into one. He is known as Kalaguru. He was born on January 31, 1909 in Dhaka. Bishnu Prasad Rabha wrote many songs, plays and articles. His famous works include "Sonpahi, Mising Coneng, Asomiya Kristir Samu Abhash, and Atit Asom". Bishnu Prasad Rabha died in 20 jun 1969. বিষ্ণুপ্ৰসাদ ৰাভা অসমৰ কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ আৰু অভিনেতা আছিল৷ তেওঁক “কলাগুৰু” নামেৰে অভিহিত কৰা হয়৷ ১৯০৯ চনৰ ৩১ জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্ম হয়৷ একাধিক গীত, কবিতা আৰু প্ৰৱন্ধ তেওঁ ৰচনা কৰিছিল৷ তেওঁৰ উল্লেখযোগ্য প্ৰকাশিত পুথি হ’ল-“সোণপাহী”, “মিচিং কনেং”, “অসমীয়া কৃষ্টিৰ চমু আভাষ” আৰু “অতীত অসম”৷ ১৯৬৯ চনৰ ২০ জুন তাৰিখে তেওঁৰ মৃত্যু হয়৷